লেখলেখ লওন

লেখ কাগজ (Assamese) [ Roman: lekh ka.goj]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-28
1. (Material Noun-Neuter) paper printed with a pattern of straight or curved lines, esp. a grid of small squares, for plotting or drawing graphs and curve লেখ চিত্ৰ আঁকিবলৈ ব্যৱহাৰ কৰা বিশেষ কাগজ, য’ত সৰল বা বক্ৰ ৰেখাৰে বিভিন্ন ধৰণে, বিশেষকৈ সৰু সৰু বৰ্গৰ জালিকা ছপা কৰা থাকে ৷
English: graph paper,
Assamese: লেখ কাগজ